১৩ জানুৱাৰী

১৩ জানুৱাৰী (ইংৰাজী13 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ত্ৰয়োদশ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫২টা দিন (অধিবৰ্ষত ৩৫৩টা দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

  1. ১৮৮৯ খৃঃ - অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ।

জন্ম

  1. ১৮৭৫ খৃঃ - এলবাৰ্ট লেমোৰিচ, ফ্ৰান্সৰ চলচ্চিত্ৰ নিৰ্দেশক।
  2. ১৯০৫ চন- উপেন্দ্ৰচন্দ্ৰ লেখাৰু, অসমৰ সাহিত্যিক, শিক্ষাবিদ
  3. ১৯৪৯ চনৰ আজিৰ দিনটোত, ভাৰতৰ প্ৰথমজন মহাকাশচাৰী ৰাকেশ শৰ্মাৰ জন্ম হৈছিল।

মৃত্যু

  1. হৰিপ্ৰসাদ বৰুৱা, স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব।

Other Languages

Copyright