২১ নৱেম্বৰ

২১ নৱেম্বৰ (ইংৰাজী21 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২৫ তম (অধিবৰ্ষত ৩২৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৪০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

  1. ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা কৰা হয়।[1]
  1. ২০০৪ চনৰ আজিৰ দিনটোত দিছপুৰঅসমৰ স্থায়ী ৰাজধানী উদ্বোধন কৰা হয়।[1]

জন্ম

  1. ১৬৯৪ চনৰ আজিৰ দিনটোত ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ জন্ম হৈছিল।[1]
  2. ১৮৯৭ চনৰ আজিৰ দিনটোত সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম হৈছিল।[1]

মৃত্যু

  1. আজি বিশ্ব দূৰদৰ্শন দিৱস

Other Languages

Copyright