৮ নৱেম্বৰ

৮ নৱেম্বৰ (ইংৰাজী8 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১২ তম (অধিবৰ্ষত ৩১৩ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা ৫৩ দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

  1. ১৮৯৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ’য়েন্টজেন-এ ৰঞ্জন ৰশ্মি বা এক্স-ৰে’ আৱিষ্কাৰ কৰে৷[1]
  1. ১৭৯৩ চনৰ আজিৰ দিনটোত পেৰিছলুভেৰ যাদুঘৰ মুকলি কৰা হয়৷[1]

জন্ম

  1. ১৬৫৬ চনৰ আজিৰ দিনটোত ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী এডমাণ্ড হেলীৰ জন্ম হৈছিল৷[1]
  2. ১৯০৮ চনৰ আজিৰ দিনটোত সাহিত্যিক ৰাজা ৰাওৰ জন্ম হৈছিল৷[1]

মৃত্যু

Other Languages

Copyright